বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি কোন ? | Who is the current President of the Assam Sahitya Sabha ?

প্ৰশ্ন: বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি কোন ২০২৩ (Who is the current President of the Assam Sahitya Sabha) ?

উত্তৰ: অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি হিচাপে ড০ সূর্যকান্ত হাজৰিকা নিৰ্বাচিত হৈছে । সূর্যকান্ত হাজৰিকাই অনাগত ২০২৩ৰ পৰা ২০২৫ বৰ্ষৰ কাৰ্যকালৰ বাবে সাহিত্য সভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিব

Leave a Comment