অসমৰ ৰাজ্যপাল কোন বৰ্তমান 2023 ? | Who is the current Governor of Assam?

প্ৰশ্ন: অসমৰ ৰাজ্যপাল কোন বৰ্তমান 2023 (Who is the current Governor of Assam) ?

উত্তৰ: গুলাব চান্দ কাটাৰিয়া এজন ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসমৰ ৰাজ্যপাল। ২০২৩ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে তেওঁ অসমৰ ২৯তম ৰাজ্যপাল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।

Leave a Comment