অসমৰ চাৰিসীমাত কি কি আছে ? Which are the Border States of Assam ?

অসমৰ চাৰিসীমাত কি কি আছে ?

অসমৰ উত্তৰে আছে অৰুণাচল প্ৰদেশ আৰু ভূটান।

পূৱে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ।

দক্ষিণে মিজোৰাম আৰু ত্ৰিপুৰা।

পশ্চিমে মেঘালয়, বাংলাদেশ আৰু পশ্চিমবংগ।

যত বাংলাদেশ হল ভাৰত আৰু বাংলাদেশৰ আন্ত ৰাষ্ট্ৰীয় সীমা।

অসম হল ভাৰতৰ উত্তৰপূ্বাঞ্চলৰ দুৱাৰ স্বৰূপ।

অসমীয়া ভাষাৰ ৰ বিভিন্ন ধৰণৰ শব্দৰ অৰ্থ জানিবলৈ চাওক এইটো পেজ: click here

Leave a Comment