অসমৰ প্ৰাকৃতিক বিভাগ কেইটা আৰু কি কি ? What are the natural departments of Assam?
প্রশ্ন: অসমৰ প্ৰাকৃতিক বিভাগ কেইটা আৰু কি কি ? Question: What are the natural departments of Assam?
উত্তৰ : তিনিটা। (১) ব্ৰহ্মপুত্ৰ উপত্যকা, (২) বৰাক উপত্যকা আৰু (৩) কাৰ্বি আংলং আৰু ডিমা হাছাও পাহাৰীয়া অঞ্চল।
Answer: Three. (1) Brahmaputra Valley, (2) Barak Valley and (3) Karbi Anglong and Dima Hasao Hilly Areas.