Class 09 Assamese Chapter 16: সন্মান All questions and answers
Class 09 Assamese Chapter 16: সন্মান All questions and answers সন্মান ১। অতি চমু উত্তৰ দিয়াঃ (ক) অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে । উঃ অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনত মানুহে স্বপ্ৰধান হৈ আপোনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে । বা যি দেশৰ অধিকাৰ আৰু শাসনকৰ্তা নাই, সেই দেশ অৰাজক আৰু ধুমুহা … Read more