কেতিয়াৰ পৰা ভাৰতত দেওবাৰৰ দিনটো বন্ধৰ দিন হিচাপে পালন কৰি অহা হৈছে ? Since when has Sunday been a public holiday in India ?
Answer: ১৮৭৪ চনৰ জানুৱাৰী মাহৰ ১২ তাৰিখৰ পৰা ভাৰতত দেওবাৰৰ দিনটো বন্ধৰ দিন হিচাপে পালন কৰি অহা হৈছে ।
Answer: ১৮৭৪ চনৰ জানুৱাৰী মাহৰ ১২ তাৰিখৰ পৰা ভাৰতত দেওবাৰৰ দিনটো বন্ধৰ দিন হিচাপে পালন কৰি অহা হৈছে ।
পানচৈ অৰ্থ | পানচৈ মানে কি ? পানচৈ বুলিলে কি বুজা ? What Do You Mean By Panchoi In Assamese ? Answer: পানচৈ মানে সৰু নাও, ডিঙা Exploring the Essence of “পানচৈ” in Assamese Culture In the heart of Assam, a word echoes through the lush green fields and tranquil villages, a word that carries … Read more
The Assam Agricultural University, Jorhat was established in the year? Answer: The Assam Agricultural University, Jorhat was established in the year 1969 .
অসমৰ প্ৰধান নদী কেইখন আৰু কি কি ? What are the major rivers of Assam? প্রশ্ন: অসমৰ প্ৰধান নদী কেইখন আৰু কি কি ? Question: What are the major rivers of Assam? উত্তৰ : ২ খন। ব্ৰহ্মপুত্ৰ আৰু বৰাক। Ans: Brahmaputra and Barak.
অসমত মুঠ জিলা কেইখন ? What are the total districts in Assam? প্রশ্ন: অসমত মুঠ জিলা কেইখন ? Question: What are the total districts in Assam? উত্তৰ : অসমৰ মুঠ জিলা 35 খন । Ans: Total Districts of Assam is 35 . Here is something You must Know About Assam’s Districts: Assam, a picturesque state … Read more
পার্বত্য বা পাহাৰীয়া অঞ্চলত কেইখন জিলা, অৱস্থিত? How many districts, are located in mountainous or hilly regions? প্রশ্ন: পার্বত্য বা পাহাৰীয়া অঞ্চলত কেইখন জিলা, অৱস্থিত? Question: How many districts, are located in mountainous or hilly regions? উত্তৰ : ২খন জিলা অৱস্থিত। Ans: There are two districts.
বৰাক উপত্যকাত কেইখন জিলা অবস্থিত ? How many districts are located in Barak Valley? প্রশ্ন: বৰাক উপত্যকাত কেইখন জিলা অবস্থিত ? Question: How many districts are located in Barak Valley? উত্তৰ : তিনিখন জিলা অৱস্থিত। Ans: Three districts are located.
ব্রহ্মপুত্র উপত্যকাত অসমৰ কেইখন জিলা অৱস্থিত ? How many districts of Assam are located in the Brahmaputra Valley? প্রশ্ন: ব্রহ্মপুত্র উপত্যকাত অসমৰ কেইখন জিলা অৱস্থিত ? Question: How many districts of Assam are located in the Brahmaputra Valley? উত্তৰ : ব্ৰহ্মপুত্ৰ উপত্যকাত ২২খন জিলা অৱস্থিত। Ans: There are 22 districts in the Brahmaputra Valley.
অসমৰ প্ৰাকৃতিক বিভাগ কেইটা আৰু কি কি ? What are the natural departments of Assam? প্রশ্ন: অসমৰ প্ৰাকৃতিক বিভাগ কেইটা আৰু কি কি ? Question: What are the natural departments of Assam? উত্তৰ : তিনিটা। (১) ব্ৰহ্মপুত্ৰ উপত্যকা, (২) বৰাক উপত্যকা আৰু (৩) কাৰ্বি আংলং আৰু ডিমা হাছাও পাহাৰীয়া অঞ্চল। Answer: Three. (1) Brahmaputra Valley, … Read more
অসমৰ মুঠ মাটিকালি কিমান ? What is the total land area of Assam? প্রশ্ন: অসমৰ মুঠ মাটিকালি কিমান ? Question: What is the total land area of Assam? উত্তৰ : প্ৰায় ৭৮,৪৩৮ বর্গ কিলোমিটাৰ। (২০১১ মতে) Ans: About 78,438 square kilometers. (As of 2011)