SEBA Class 9 Geography Chapter 8: উদ্যোগ All Questions & Answers

SEBA Class 9 Geography Chapter 8: উদ্যোগ All Questions & Answers উদ্যোগ ১। শ্রেণীবিভাজনৰ ভিত্তি উল্লেখ কৰি উদ্যোগক শ্রেণী বিভক্ত কৰা । উত্তৰঃ প্রতিষ্ঠানৰ আকাৰ, ব্যৱহাৰ হোৱা কেঁচামাল, উৎপাদন আৰু মালিকীস্বত্বৰ ভিত্তিত উদ্যোগসমূহক তলত দিয়া ধৰণে শ্রেণী বিভক্ত কৰিব পাৰি। আকাৰ অনুযায়ী উদ্যোগসমূহক প্রধানকৈ তিনিপ্ৰকাৰৰ হ’ব পাৰে—      (ক)ঘৰুৱা উদ্যোগ,      (খ) ক্ষুদ্র … Read more

SEBA Class 9 Geography Chapter 7: কৃষি All Questions & Answers

SEBA Class 9 Geography Chapter 7: কৃষি All Questions & Answers কৃষি  ১। কৃষি বুলিলে কি বুজা? কৃষিক প্রভাবান্বিত কৰা কাৰবোৰৰ এটি আভাস দিয়া। উত্তৰঃ শস্য উৎপাদন আৰু  পশুপালন কাৰ্যকে কৃষি বুলি ধৰা হয় ǀ কৃষি কাৰ্য বহুতো প্রাকৃতিক আৰু আর্থ-সামাজিক কাৰকৰ ওপৰত নিৰ্ভৰশীল। প্রাকৃতিক কাৰকৰ ভিতৰত মাটি, মটিৰ ঢাল, জলবায়ু, পানী আদি প্রধান।  আর্থ-সামাজিক … Read more

SEBA Class 9 Geography Chapter 6: অৰ্থনৈতিক কাৰ্য বা বৃত্তি All Questions & Answers

SEBA Class 9 Geography Chapter 6: অৰ্থনৈতিক কাৰ্য বা বৃত্তি All Questions & Answers অৰ্থনৈতিক কাৰ্য বা বৃত্তি   ১। বৃত্তি বুলিলে কি বুজা ? উত্তৰঃ  মানুহে জীৱিকা উপাৰ্জনৰ বাবে যি কাম কাজ কৰে তাকে বৃত্তি বোলে । ২। বৃত্তি প্রধানকৈ কেই প্ৰকাৰৰ ? উদাহৰণ দি প্রত্যেকৰে নাম লিখা । উত্তৰঃ বৃত্তি চাৰি প্ৰকাৰৰ । প্ৰাথমিক … Read more

SEBA Class 9 Geography Chapter 5: অৰ্থনৈতিক ভূগোল All Questions & Answers

SEBA Class 9 Geography Chapter 5: অৰ্থনৈতিক ভূগোল All Questions & Answers অৰ্থনৈতিক ভূগোল  ১ ǀ সম্পদ বলিলে কি বুজা? উত্তৰঃ প্ৰকৃতিৰ পৰা লাভ কৰা বস্তুবোৰ মানুহে নিজৰ শক্তি, বিদ্যা-বুদ্ধি আৰু কৌশল প্রয়োগ কৰি ব্যৱহাৰ কৰে। এইদৰে ব্যৱহাৰৰ উপযোগী প্রাকৃতিক আৰু মানুহে নিজে তৈয়াৰ কৰা বস্তুবোৰকে সম্পদ বুলি কোৱা হয়। ২ǀ প্রাকৃতিক উপাদানক সম্পদ হিচাপে … Read more

SEBA Class 9 Geography Chapter 4: জনবসতি All Questions & Answers

SEBA Class 9 Geography Chapter 4: জনবসতি All Questions & Answers জনবসতি  প্রশ্নাৱলী ১) জন বসতি’ বুলিলে কি বুজা? ইয়াৰ সৃষ্টি আৰু বিকাশ সম্পর্কে চমুকৈ আলোচনা কৰা। উত্তৰঃ মানুহে জীৱন নির্বাহ কৰিবলৈ সৃষ্টি কৰা স্থায়ী বা অস্থায়ী বসবাসৰ ঠাইকে জন বসতি বোলে ǀ আজিৰ ৰ পৰা প্রায় ১২ হেজাৰ বছৰ আগলৈকে মানুহে স্থায়ী বাসস্থানৰ অভাৱত … Read more

SEBA Class 9 Geography Chapter 3: জনসংখ্যা বৃদ্ধি আৰু বিতৰণ All Questions & Answers

SEBA Class 9 Geography Chapter 3: জনসংখ্যা বৃদ্ধি আৰু বিতৰণ All Questions & Answers জনসংখ্যা বৃদ্ধি আৰু বিতৰণ  ১। পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ ধাৰা সম্পৰ্কে লিখা। কিয় আৰু কোন সময়ছোৱাত জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বেছি আছিল? উত্তৰঃ  বিভিন্ন প্ৰাকূতিক , অৰ্থনৈতিক আৰু সামাজিক কাৰকৰ বিভিন্নতা পৃথিৱীৰ সকলো ঠাইতে জনসংখ্যা বৃদ্ধিৰ হাৰ আৰু বিতৰণ একে নহয় । … Read more

SEBA Class 9 Geography Chapter 2: মানৱ ভূগোল All Questions & Answers

SEBA Class 9 Geography Chapter 2: মানৱ ভূগোল All Questions & Answers মানৱ ভূগোল  ১) মানৱ ভূগোল’ৰ এটি সংজ্ঞা দিয়া আৰু ইয়াৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা ।  উত্তৰঃ ভূগোলৰ যি বিভাগত প্ৰাকৃতিক পৰিৱেশৰ লগত থকা মানুহৰ সম্পৰ্ক আৰু ইয়াৰ ফলত মানুহে সৃষ্টি কৰা মানৱ পৰিৱেশৰ বিষয়ে স্থান- কাল সাপেক্ষে অধ্যয়ণ কৰা হ’য়, তাকে বহলভাৱে মানৱ … Read more

SEBA Class 9 Geography Chapter 1: প্ৰাকৃতিক ভূগোল বতৰ আৰু জলবায়ু All Questions & Answers

SEBA Class 9 Geography Chapter 1: প্ৰাকৃতিক  ভূগোল  বতৰ  আৰু  জলবায়ু All Questions & Answers প্ৰাকৃতিক  ভূগোল  বতৰ  আৰু  জলবায়ু ১) বতৰ আৰু জলবায়ু বুলিলে কি বুজা ? বতৰ আৰু জলবায়ুৰ পাথৰ্ক্য বুজাই লিখা । উত্তৰঃ  বতৰঃ কোনো এখন ঠাইত কম সময়ৰ বাবে, যেনেঃ কেইঘণ্টামান বা দিনটো, অথবা কেইদিনমান বা কেইসপ্তাহমানৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ … Read more

Class 9 Geography Answer SEBA Assamese Medium। নৱম শ্ৰেণী ভূগোল। Class 9 Geography Question Answer | SEBA Class 9 Geography Solution | SEBA Class 9 Suggestion | Class 9 SEBA Geography Notes Assamese Medium | Assam Class 9 Geography Answer | নমৱ শ্ৰেণীৰ প্ৰশ্নৰ উত্তৰ ভূগোল

 Class 9 Geography Question Answer for Assamese Medium  Class 9 Questions Answer – Hello guys welcome to SaraAxom.in, where you will get all questions & answers of Class IX for Assamese medium. Below we have mentioned SEBA Class IX Questions Answers for free and you can read & copy them for your personal use   … Read more