Class 10 Social Science Chapter 13 অৰ্থনৈতিক উন্নয়ন Question And Answer
Class 10 Social Science Chapter 13 অৰ্থনৈতিক উন্নয়ন Question And Answer অতি চমু উত্তৰৰ প্ৰশ্ন- ১) বাখ্যা কৰা (এটা বাক্যত) (ক) অৰ্থনৈতিক বিকাশ দেশ এখনৰ জাতীয় আৰু জনমূৰি আয় বৃদ্ধিয়ে হ’ল-অৰ্থনৈতিক বিকাশ (খ) অৰ্থনৈতিক উন্নয়ন এটা অৰ্থনৈতিক বিকাশ প্ৰক্ৰিয়া য’ত জাতীয় আয় বৃদ্ধিৰ লগতে আয় বিতৰণৰ ওপৰতো সমানে গুৰুত্ব দিয়া হয় ǀ (গ) মানৱ উন্নয়ন … Read more